আজিৰ বাক্য · 2026-10-18

গীতমালা 25:5

ঈশ্বৰৰ বাবে অপেক্ষা

তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0

Guide me in your truth, and teach me, for you are the God of my salvation. I wait for you all day long.

Psalms 25:5 · World English Bible