আজিৰ বাক্য · 2026-10-30

গীতমালা 103:1-2

ধন্যবাদ

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0

Praise Yahweh, my soul! All that is within me, praise his holy name! Praise Yahweh, my soul, and don’t forget all his benefits,

Psalms 103:1-2 · World English Bible