আজিৰ বাক্য · 2026-10-21

গীতমালা 37:5

চিন্তা আৰু উদ্বেগ

তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0

Commit your way to Yahweh. Trust also in him, and he will do this:

Psalms 37:5 · World English Bible