আজিৰ বাক্য · 2026-11-08
যাত্ৰাপুস্তক 34:21
বিশ্ৰাম
তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
“Six days you shall work, but on the seventh day you shall rest: in plowing time and in harvest you shall rest.