আজিৰ বাক্য · 2026-10-26

হিতোপদেশ 3:5-6

বিশ্বাস

তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0

Trust in Yahweh with all your heart, and don’t lean on your own understanding. In all your ways acknowledge him, and he will make your paths straight.

Proverbs 3:5-6 · World English Bible