আজিৰ বাক্য · 2026-10-23
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 8:6
শান্তি
কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি,
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
For the mind of the flesh is death, but the mind of the Spirit is life and peace;