আজিৰ বাক্য · 2026-10-05
আদিপুস্তক 41:16
প্ৰজ্ঞা
তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
Joseph answered Pharaoh, saying, “It isn’t in me. God will give Pharaoh an answer of peace.”