আজিৰ বাক্য · 2026-11-04
গীতমালা 30:2
সুস্থতা
হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
Yahweh my God, I cried to you, and you have healed me.