আজিৰ বাক্য · 2026-10-28
গীতমালা 45:10
প্ৰেম
হে কন্যা, মন দি কাণ পাতি শুনা; তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
Listen, daughter, consider, and turn your ear. Forget your own people, and also your father’s house.