আজিৰ বাক্য · 2026-10-16
গীতমালা 18:25
দয়া
হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
With the merciful you will show yourself merciful. With the perfect man, you will show yourself perfect.