আজিৰ বাক্য · 2026-10-12
ইয়োব 17:9
অধ্যৱসায়
তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0
Yet the righteous will hold to his way. He who has clean hands will grow stronger and stronger.